Full Assames Mock Test

                         Full Assamesse Mock Test
FREE MOCK TEST CLICK HERE TARGET APSC য়ে সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ সপ্তাহীক Mock test প্ৰকাশ কৰো, এই Mock test বোৰে বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাৰ , যেনে- Assam Police, TET , APSC, APDCL , PNRD, Panchayat আৰু অসম চৰকাৰৰ চাকৰিবোৰত সফলতা সহায় হ'ব। Mock test বোৰ অভ্যাস কৰিলে পৰীক্ষাৰ দেখা দিয়া ভয় নোহোৱা হ'ব। Assamese Gk, Assamese full mock test 100,Full Assamese Mock Test ,Assam Police SI/Constable. Targets 1 lakh CLICK HERE MORE MOCK TEST TARGET APSC

TARGET APSC

Test Exams

Question 1 of 100

কোচ ৰাজকুমাৰী মঙলা দেৱীৰ সৈতে কোনজন আহোম ৰজাৰ বিবাহ সম্পন্ন হৈছিল
চন্দ্ৰকান্ত সিংহ
প্রতাপ সিংহ
লক্ষ্মী সিংহ
জয়ধ্বজ সিংহ

Good Try!
You Got out of answers correct!
That's

এই পেজৰ দ্বাৰা আমি আপোনালোকলৈ বিনামূলীয়াকৈ Mock test আগৱঢ়াইচো ।আমি আশা কৰো এই Mock testবোৰ দিলে আগন্তু আহিব লগা পৰীক্ষাবোৰ আপোনী সফলতা পাৱ । Mock test বোৰ পুৰনী প্ৰশ্ন কাকত ওপৰত লক্ষ্য ৰাখি প্ৰত্তুত কৰা হয়। বাৰে বাৰে Mock test বোৰ দিলে প্ৰশ্ন-উত্তৰবোৰ সহজতে মনত ৰাখিৱ পাৰিব । এনেধৰে অভ্যাস কৰি থাকিলে আপোনৰ মনৰ পৰা পৰীক্ষাৰ আগত দেখা ভয়বোৰ নোহোৱা আৰু আপোনাৰ আত্মবিশ্বাস বাঢ়িৱ ।অভ্যাস কৰি থাকিলে সহজতে আপোনী আপোনাৰ লক্ষ্য স্থান উপনীত হ'ব । Mock testবোৰ অভ্যাস কৰি থাকিলে আপোনাৰ সাধাৰন জ্ঞান পৰিসৰ বৃদ্ধি হ'ব। যেনে অসম বুৰঞ্জী,অসম ভূগোল,অসমৰ অৰ্থনৈতি,অসমৰ ৰাজনীতি,অসমীয়া সাহিত্য। ভাৰত বুৰঞ্জী,ভাৰত ভূগোল,ভাৰত অৰ্থনৈতি,সাহিত্য কলা আৰু বিজ্ঞান,ভাৰত ৰাজনীতি, শৈহতিয়া ঘটনাৱলী ইত্যাদি। Mock testবোৰ লক্ষ্য হ'ল APSC,ASSAM POLICE-SI/GD, TET,PNRD, ASSAM FOREST SERVICE, SSC, IRRIGATION EXAM, MEDICAL EXAM, DISTRICT EXAM, ANY GOVERNMENT EXAM AND PRIVATE EXAM ETC. পেজৰ কিছু নিয়ম ১/ Mock test যেতিয়া সময় পাই তেতিয়া দিব পাৰিৱ। আৰু বাৰে বাৰে দিব পাৰিৱ । ২/ ফলাফল লগেলগে পাব গুৰুত্বৰ্পূণ কথাটো হ'ল যে আপোনাৰ ফলাফল আপোনী নিজে চাব পাৰি বেলেগ কোনেওঁ চাব নোৱাৰে । ৩/ আপোনী যিমান মন যায় দিব পাৰিৱ কোন নিয়ম-নীতি নাই লগতে কোনো তথ্য আপোনাৰ নাৰাখে তলত কিছু Mock test দিয়া আছে 
Recent Mock test CLICK HERE  👈
 1.Mock test:- Click here   👈
2.Mock test:- Click here     👈
3.Mock test:- Click here     👈
4.Mock test:- Click here     👈
5. Mock test:- Click here     👈
6. Mock test :- Click here    👈
7. Mock test :- Click here    👈
8. Mock test :- Click here    👈
9. Mock test :- Click here    👈
10. Mock test :- Click here    👈
11 Mock test :- Click here  👈
Full mock test :- CLICK HERE
8. SLPRB PREVIOUS MOCK TEST                   👈
 
  অসম বুৰঞ্জী 
 

 ভাৰত বুৰঞ্জী


           Thanks to you visit   Full Assamesse Mock Test  


Comments

Popular posts from this blog

ASSAM POLICE PREVIOUS EXAM PAPER, ASSAM POLICE MOCK TEST

TARGET APSC MOCK TEST

Assamese Mock test (অসমীয়াত)APSC,ASSAM POLICE,PNRD, Any assam govt jobs