Assam Police Exam syllbus Details

 TARGET APSC য়ে সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে  উপযোগী হোৱাকৈ সপ্তাহীক Mock test প্ৰকাশ কৰো, এই  Mock test বোৰে বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাৰ  , যেনে- অসম পুলিচ, TET , APSC, APDCL , PNRD, Panchayat আৰু অসম চৰকাৰৰ চাকৰিবোৰত সফলতা সহায় হ'ব। Mock test বোৰ অভ্যাস কৰিলে পৰীক্ষাৰ দেখা দিয়া ভয় নোহোৱা হ'ব


                অসম আৰক্ষী AB&UB লিখিত পৰীক্ষাৰ  Syllbus 

                 আপোনালোকে কি কি পঢ়িব

                   অসমৰ ওপৰত 

                  
অসম আৰক্ষী AB&UB লিখিত পৰীক্ষাৰ বাবে
আপোনালোকে কি কি পঢ়িব

 

অসমৰ ওপৰত
1.অসমৰ ভূগোল
2. অসমৰ ইতিহাস
3. অসম কৃষি
4. অসম জনসংখ্যা
5. অসম অৰ্থনীতি
6. অসম ৰাজনীতি
7. অসমৰ কলা আৰু সংস্কৃতি
8. অসম প্ৰাকৃতিক সম্পদ
9. অসম ৰাজ্যৰ সাম্প্ৰতিক পৰিক্ৰমা
10. অসমৰ শেহতীয়া চৰকাৰী আঁচনিসমূহ
11. অসম ৰাজ্য আদিৰ বৰ্তমানৰ আৰ্থ-সামাজিক সমস্যাসমূহ
12.অসমৰ বিভিন্ন বঁটাসমূহ
13.অসমৰ ৰাষ্ট্ৰীয় উদ্যান,অভয়াৰণ্য,বনাঞ্চল,দলং,বিশ্ববিদ্যালয়,উৎসৱ,মঠ-মন্দিৰ,ধৰ্মীয় স্থান,অনুষ্ঠান-প্ৰতিষ্ঠান।
14.অসমীয়া সাহিত্য+ব্যাকৰণ

 English Grammar আপোনালোকে কি কি পঢ়িব

 

1.Article 
2.Tense
3.Narration
4.Numbers
5.Phrases & Idioms, 
6.Determiners
7.Voice
8.Common Errors
9.Short Passage
10.Preposition
11. Synonymous & Antonymous
12.Vocabulary
13.One word substitution


সাধাৰণ গণিত

 

1.সংখ্যা প্ৰণালী
2. যুক্তিসঙ্গত আৰু অযৌক্তিক সংখ্যা
3. দশমিক আৰু ভগ্নাংশ
4. প্ৰধান আৰু সংমিশ্ৰণ সংখ্যা
5. ল:সা:গু আৰু গ: সা: উ:
6. অনুপাত আৰু অনুপাত
7. গড়
8. শতাংশ
9. লাভ আৰু লোকচান
10. ৰেহাই
11. সাধাৰণ সুত, চক্ৰবৃদ্ধি সূত
12. অংশীদাৰীত্ব
13. পৰিমিতি
14. সময় আৰু দূৰত্ব
15. সময় আৰু কাম
16. গুনক নিৰ্ণয়
17. দ্বিঘাত সমীকৰণ
18. মেট্ৰিচ
19. বীজগণিত
20. ত্ৰিকোণমিতি
21. জ্যামিতি
22. প্ৰাথমিক পৰিসংখ্যা ইত্যাদি

সাধাৰণ জ্ঞান

1. ভাৰতৰ ইতিহাস
2. ভাৰতৰ ভূগোল
3. ভাৰতীয় জাতীয় আন্দোলন
4. ভাৰতীয় সংবিধান
5. ভাৰতীয় ৰাজনীতি
6. ভাৰতীয় অৰ্থনীতি
7. সাধাৰণ বিজ্ঞান আৰু কম্পিউটাৰ জ্ঞান
8. ক্ৰীড়া আৰু খেল
9. কিতাপ আৰু লেখক
10. বঁটা আৰু সন্মান
11. এপইণ্টমেণ্টসমূহ
12. গুৰুত্বপূৰ্ণ দিনসমূহ
13. বিশিষ্ট ব্যক্তি আৰু বাতৰিৰ স্থান
14. চৰকাৰী কল্যাণমুখী আঁচনি/ কাৰ্যসূচী
15. ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক সাম্প্ৰতিক ঘটনাসমূহ
16.যুক্তি আৰু মানসিক সামৰ্থ্য

Reasoning  

 


Alphanumeric series
Reasoning Analog
Blood Relations
Calendar
Clocks
Coding-Decoding
Deductive Reasoning/Statement Analysis
Directions
Odd One Out
Picture Series and Sequences
Puzzles
Pattern Series and Sequences
Order & Ranking
Statement and Assumptions
Statement and Conclusions
Syllogism


তলত কিছু Mock test দিয়া আছে 
Recent Mock test CLICK HERE  👈
 1.Mock test:- Click here   👈
2.Mock test:- Click here     👈
3.Mock test:- Click here     👈
4.Mock test:- Click here     👈
5. Mock test:- Click here     👈
6. Mock test :- Click here    👈
7. SLPRB PREVIOUS MOCK TEST                   👈
 
  অসম বুৰঞ্জী 
 

 ভাৰত বুৰঞ্জী

MUGHAL PERIOD (মোগল যুগৰ সাৰাংশ)
    👉   কিবা ভূল হ'ল অনুগ্ৰহ কৰি Comments কৰিৱ 
  👉   MOCK TEST বোৰ কেনে লাগিল Comments  কৰিৱ । আপোনাৰ Comments বহুত       সাহস দিয়ে  


Comments

Popular posts from this blog

ASSAM POLICE PREVIOUS EXAM PAPER, ASSAM POLICE MOCK TEST

TARGET APSC MOCK TEST

Assamese Mock test (অসমীয়াত)APSC,ASSAM POLICE,PNRD, Any assam govt jobs